শব্দবোৰে
আজি কঠিন শিলহৈ আঘাত কৰিছে মোৰ হৃদয়ত !
কলমেৰে
নিৰ্গত হুমুনিয়াহ বোৰৰ লগত খেলি লেখিছো কবিতা ।
মোৰ
হৃদয়ে বুজি নপোৱা এক সাথৰ,
যাৰ নাম দিছো কবিতা !
উৰুঙা
হৃদয়ৰ খোলাত তাৰ প্রতিবিম্বই কৰে লীলা-খেলা ।
বুজি
নাপাওঁ জীৱনৰ অৰ্থ ।
নষ্ট
ৰাতিৰ এক নষ্ট সময় ।
যাৰ
কালচক্ৰত পৰি মোৰ কবিতা বেনামী হয় !
সেই
সময়ৰ কুটীলতাত হেৰাই যায়,
এজন
ব্যৰ্থ কবিৰ এটা হতাশ কবিতাৰ শিৰোনামা ।
ණৰূপজ্যোতি