কলমেৰে নিগৰিছে আজি তেজ | উস্ম ৰক্তৰ প্রবাহত প্ৰৱাত উটিগৈছে নীলা চিয়াহীৰ আখৰ বোৰ.....| বিসাক্ত বায়ুত ভাহি আহিছে কেছা তেজৰ গোন্ধ.....!!! কিয়.....কিয় আজি মানৱতাৰ অপমৃত্যু ???..... জাতি , ধৰ্ম কিম্বা সন্ত্রাসৰ নামত বলি হয় কিয় নিষ্পাপ শিশু ???... কিয় আজি মাতৃক হত্যা মোৰ মাতৃ কিম্বা ভগ্নীক ???... কৰে পুত্ৰই ???.... কিয় আজি ধৰ্ষন কৰা হল মানৱ আজি কিয় দানৱ হল ???... চিয়ৰিৱ বিচাৰিছো কিন্তু কন্ঠৰূদ্ধ আজি মোৰ..... আমি আজি সভ্যতাৰ কোন দিশত , বুজিনোপোৱা এক জটিলতাৰ চক্রবেহুৰ মাজত মই......!!! হত্যাৰ ব্যাধিৰে কলুসিত সমাজনীতি কিম্বা ৰাজনীতি দেখিও আমি আজি নিমাত...| কিয়....কিয় এনেহল ????.... হত্যাকাৰীৰ অত্যাহাস্বৰ মাজত জন্ত্রনাত চিয়ৰিছো মই....| কিন্তু নিঃশব্দ সমাজ.....!!! আহঃ....কিযে জন্ত্রনা এয়া......!!! এয়াই নেকি মানৱতা জীৱশ্রেষ্ঠ মানৱৰ ???..... আজি সভ্যতাৰ কোনদিশে আমি..........!!!!..!!! কৃত্রিম মানৱ হোৱাৰ দিশত নে দানৱ হোৱাৰ পথত ????......... ණৰূপজ্যোতি |
Saturday, 19 September 2015
কলমেৰে নিগৰিছে আজি তেজ
Wednesday, 16 September 2015
অনন্যা - এটা আধালিখা কবিতা
অনন্যা দুৱাৰা, এসময়ত তোমাৰ প্রেমত পৰি বলিয়া হৈছিল নলবাৰী কলেজৰ আধা ডেকা লৰা....|
তুমি জানো বুজা প্রেম মানে কি ???...
এখন আৱেগ ভৰা হূদয় আছিল নে তোমাৰ ???...
নাজানিলো আমিবোৰে আজিও......|
সেই সময়ৰ উতনুৱা যৌৱনৰ ৰাগিত বলিয়া হৈ আমি পিছ লৈছিলো তোমাৰ....|
টিউচনত তোমাৰ পিছত , কলেজ গেলাৰিত তোমাৰ পিছত ....আৰু ক'ত যে কি আমাৰ খেলা.......
তুমি আছিলা আমাৰ মমতাজ , হয়টো আমিবোৰ নাছিলো তোমাৰ চাহজাহান |
কিন্তু তুমি যে আছিলা আমাৰদৰে ৰোমিয় বোৰৰ জুলিয়েত......!!!!
বন্ধুবোৰৰ আদ্দাৰ মজিয়াতও জমি উঠিছিল তোমাৰেই কাহিনী |
তুমি হীন কলেজখন আমাৰ বাবে হৈ পৰিছিল Facebookৰ লাইক হীন ষ্টেটাচ বোৰৰ দৰেই.....|
তোমাৰ প্রেম পাৱৰ বাৱে কিছুমান প্রেমিক বন্ধুৰ ক'ত কি যে লীলা-খেলা !!!!....
কিন্তু তুমি নিদিলা তোমাৰ হূদয়খন এজনকো.....!!!
কিনো ভেমত তুমি আতৰি গলা এইবোৰৰ পৰা....|
আৰু আমিবোৰ.......
তোমাক নপোৱাৰ বেদনাত হৈছিলো দেৱদাস...|
কেনিনো অতীত হৈ গ'ল সেই সময় বোৰ....!!!!
হেৰাই গল নলবাৰী কলেজৰ বুকুত , সেই প্রেমিক বন্ধু বোৰৰ প্রেম ......!!!!!
হেৰাই গ'ল প্রেমিক বন্ধুবোৰ আৰু হেৰাই গ'লা তুমি.....|
মাথো থাকি গ'ল কিছু কঠোৰ স্মৃতি , হয়তো কাৰোবাৰ বাৱে.......|||
আৰু..............থাকি গ'ল.......
নলবাৰী কলেজৰ ইতিহাসৰ পাতত......ব্যৰ্থ প্ৰেমৰ এটা দীঘলীয়া আধালিখা কবিতা.......
ණৰূপজ্যোতি
Thursday, 10 September 2015
ঈত্যাদি মৰম
Today at 10:21 PM
মৰম বোৰ আজি বৰষুণ হৈ নামিছে |
মোৰ হৃদৰ পাৰ ভাঙি তোমাৰ হৃদয় খন বুৰাৱ বিচাৰিছে |
পাৰিৱনে তোমাৰ হৃদয়ৰ বান্ধ ভাঙি তাত প্রেমৰ বান আনিৱ ???...
ভাবিছো তোমাৰ কথাকে !!!...
ঈতি নোহোৱা মোৰ প্রেম আজিও এক সাথৰ মোৰ বাৱে...!!
আজিও নিঃশব্দ ৰাতি...অকলে...নীৰৱে...চকুলোৰে...মনত পেলাইছো তোমাকে !
হে মোৰ মৰমৰ প্রেমীকা যাক কোৱা নহল মোৰ মনৰ কথা |
যদি কেতিয়াবা লগ পাও জীৱন বাটত ,
হ'ৱনে সময় তোমাৰ শুনিৱলে মোৰ অস্তগামী হৃদয়ৰ প্রেম গাথা ???....
নে হেৰাই যাৱ জীৱন বাটত মোৰ প্রেম কোনোৱা দিনা ???....
ইতি হৈ যাৱ নেকি মোৰ ঈত্যাদি মৰম বোৰ ????....
ভাৱিছো....মাথো...ভাৱিছো...!!!
ණৰূপজ্যোতি
|
Subscribe to:
Posts (Atom)