শব্দবোৰ বিচাৰিছো, ক'তনো হেৰাল জানো |
নামি আহা শব্দ প্লাৱন , সেই প্লাৱনত বৰশী বায় লৈ আহিম
শব্দৰ দৰিকনা, যাৰ নাম দিম কবিতা |
নামি আহা শব্দ প্লাৱন , সেই প্লাৱনত বৰশী বায় লৈ আহিম
শব্দৰ দৰিকনা, যাৰ নাম দিম কবিতা |
মন নদী হয়, মৰম সুতী বয়, ঢৌবোৰো তাত হয় সাথৰ |
সমূখত যেতিয়া তোমাক দেখো, সকলো হতাশা মোৰ প্রেৰণা হয় |
ক'বানে কিয় এনে হয়, যদি প্রেম নহয় তেনে এয়া কি হয় ???....
সমূখত যেতিয়া তোমাক দেখো, সকলো হতাশা মোৰ প্রেৰণা হয় |
ক'বানে কিয় এনে হয়, যদি প্রেম নহয় তেনে এয়া কি হয় ???....
সচাকে আজিও তোমাৰ নামত মোৰ হিয়াত ৰঙা গোলাপ ফুলে , সচাকে !!!!!....
No comments:
Post a Comment
Thank you for your love and support.