Thursday, 31 December 2015
Saturday, 12 December 2015
মনৰ কথা
সাহিত্য হৈছে এটা জাতিৰ দাপোন, সাহিত্য অবিহনে জাতি এটাৰ বৰ্তমান বা ভৱিষ্যত বুলিৱলৈ একো নাথাকিৱ ।
নৱপ্রজন্মৰ এজন প্ৰতিনিধী হিচাপে এই Blogger বা অন্যান্য মাধ্যমৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰিছো l
সকলোৱে আমাৰ এই প্রচেষ্টাত সহায় কৰিৱ বুলি আশা কৰিলো। কিবা ভুল হ'লে মৰমেৰে শুধৰাই দিব বুলি আশা কৰিলো । আপোনালোকৰ আশীৰ্বাদৰ আশাৰে....।
একবিংশ শতিকাত অসমীয়া সাহিত্য় ভালপোৱা অসমীয়াৰ হাতত ।
ধন্য়বাদ,
Rupjyoti Talukdar
(Team Rupjyoti-ৰূপজ্য়োতি)
Subscribe to:
Posts (Atom)